ক’লা দিৱস

  1. Home
  2. Events
  3. ক’লা দিৱস

২০০৮ চনত গুৱাহাটীত সংঘটিত হোৱা বোমা বিস্ফোৰণত নিহত সকলক শ্ৰদ্ধাঞ্জলী জনোৱাৰ উদ্দেশ্যে 30th October ত মহাবিদ্যালয়ৰ প্ৰাংগনত আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয় (স্বায়ত্বশাসিত) ছাত্ৰ একতা সভাৰ উদ্যোগত “ক’লা দিৱস” উপলক্ষে “বন্তি প্ৰজ্বলন” কাৰ্যসূচী ৰূপায়ন কৰা হয়। মূখ্য বন্তি প্ৰজ্বলক হিচাপে মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ মহোদয় উপস্থিত থাকে ।

Archives

Previous Post
Amrit Kalash Yatra, 2023
Next Post
ৰাষ্ট্ৰীয় একতা দিৱস, 2023

Recent Events

Menu