কৃতজ্ঞতা জ্ঞাপন অনুষ্ঠান

আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপিকা শ্ৰীযুতা ৰেহেনা ইস্কন্দাৰ আলি মহোদয়াই তেখেতৰ স্বামী ডঃ মহম্মদ শ্বেখ ইস্কন্দাৰ আলিৰ সোঁৱৰণত মহাবিদ্যালয়ৰ Block ‘C’ গৃহ নিৰ্মাণৰ ক্ষেত্ৰত সহায় হোৱাকৈ পাঁচ লাখ টকাৰ এটি বৰঙণি আগবঢ়ায়। তেখেতৰ বদান্যতালৈ আমি আৰ্য্য পৰিয়ালে অতি শ্ৰদ্ধাৰে কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

Archives

Previous Post
Three-day workshop on question paper setting at Arya Vidyapeeth College (Autonomous)
Next Post
Inauguration Programme of self defense of Women, Acting and Dance Workshop

Recent Events

Menu